:09435713128

: neelimasaikia@gmail.com

গ্ৰন্থখন উন্মোচন - "মহাকাব্যৰ ঘটনা-প্ৰবাহৰ কাল নিৰ্ণয় আৰু সাহিত্য সৌৰভ"


 যোৱা ২৩ মাৰ্চ  দেওবাৰে গুৱাহাটীৰ পূৰ্ব্বাঞ্চল প্ৰকাশে প্ৰকাশ কৰা  ডo মালিনীৰ 
"মহাকাব্যৰ ঘটনা-প্ৰবাহৰ কাল নিৰ্ণয়  আৰু সাহিত্য সৌৰভ" নামৰ গ্ৰন্থখন উন্মোচন  হয় যোৰহাটৰ  প্ৰিজম হোটেলৰ সভাগৃহত I

উন্মোচন কৰে বিশিষ্ট  সাংবাদিক , লেখক শ্ৰী দুলাল  শৰ্মাই I প্ৰাচীন  ভাৰতীয় সাহিত্যৰ  পণ্ডিত  ডo অঞ্জনা  চলিহাই সভাপতিত্ব কৰা সভাখন গীতাৰ অমৃত কথাৰে শুভ উদ্বোধন কৰে শ্ৰীমতী অলকানন্দা দত্তই I